নীলোত্‍পল-অভিজিত কাণ্ডত জড়িত ৪৭ অভিযুক্তক আদালতত হাজিৰ, চাওক VIDEO

নীলোত্‍পল-অভিজিত কাণ্ডত জড়িত ৪৭ অভিযুক্তক আদালতত হাজিৰ, চাওক VIDEO
  • আদালতত হাজিৰ কৰোৱা হ'ল নীলোত্‍পল দাস আৰু অভিজিত নাথ হত্যাকাণ্ডৰ ৪৭ অভিযুক্তক।
  • নগাঁও জিলা ও সত্ৰ ন্যায়াধীশৰ আদালতত চলি আছে গোচৰটোৰ শুনানি।
  • পূৰ্বে ডিফু আদালতে গ্ৰহণ কৰিছিল হত্যাকাণ্ডৰ গোচৰৰ প্ৰথমটো শুনানি।
  • পৰৱৰ্তী সময়ত ডিফু আদালতৰ পৰা নগাঁও আদালতলৈ হস্তান্তৰ কৰা হৈছিল এই গোচৰ।
  • হত্যাকাণ্ডত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৪৮জন অভিযুক্তৰ নাবালক অভিযুক্তজনক ইতিমধ্যে শিশুগৃহলৈ প্ৰেৰণ কৰা হৈছে।
  • ৮ জুনত কাৰ্বি আংলঙৰ ডকমকাত গুৱাহাটীৰ দুই যুৱক অভিজিৎ নাথ আৰু নীলোৎপল দাসক সোপাধৰা সজাই নৃশংসভাৱে হত্যা কৰিছিল উন্মাদ ঘাতকৰ দলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in