মুম্বাই পালেহি ৰণবীৰ-দীপিকা

মুম্বাই পালেহি ৰণবীৰ-দীপিকা
  • মুম্বাইত উপস্থিত অভিনেতা ৰণবীৰ সিং আৰু অভিনেত্ৰী দীপিকা পাডুকন।
  • ১৫ নবেম্বৰত ইটালীত বিবাহপাশত আৱদ্ধ হৈছিল তাৰকাদ্বয়।
  • ইটালীৰ লম্বাৰডীত সম্পন্ন হৈছিল বিয়া।
  • মুম্বাইত নতুন দাম্পত্য হালক লগ কৰিবলৈ ভিৰ বহু অনুৰাগীৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in