মুম্বাইৰ বিমান বন্দৰত ১ কোটিৰো অধিক টকা মূল্যৰ সোণ জব্দ

মুম্বাইৰ বিমান বন্দৰত ১ কোটিৰো অধিক টকা মূল্যৰ সোণ জব্দ
  • মুম্বাইত আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত বৃহৎ পৰিমাণৰ সোণ জব্দ।
  • এজন যাত্ৰীয়ে কঢ়িয়াই আনিছিল এই সোণখিনি।
  • মুম্বাইৰ শুল্ক বিভাগে জব্দ কৰিবলৈ সক্ষম হয় সোণখিনি।
  • ৩২খন সোণৰ বিস্কুট কঢ়িয়াই আনিছিল যাত্ৰীজনে।
  • ডুবাইৰ পৰা আহিছিল যাত্ৰীজন।
  • যাত্ৰীজনৰ নাম মহম্মদ ইশ্বাদ।
  • জব্দ কৰা সোণখিনিৰ ওজন ৩.৭২৯ কেজি।
  • সোণখিনিৰ মূল্য ভাৰতীয় বজাৰত ১কোটি ৪লাখ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in