তৃণমূল কংগ্ৰেছত যোগ দিলে মুকুল ৰয়ে…

তৃণমূল কংগ্ৰেছত যোগ দিলে মুকুল ৰয়ে…
  • টিএমচিত যোগ দিলে বিজেপিৰ প্ৰাক্তন ৰাষ্ট্ৰীয় উপ সভাপতি মুকুল ৰয়ে।
  • তেওঁৰ পুত্ৰ সুভ্ৰাংশু ৰয়েও যোগদান কৰে তৃণমূল কংগ্ৰেছত।
  • পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ উপস্থিতিত দুয়োৱে যোগ দিলে টিএমচিত।
  • মুকুল লয়ে টিএমচিত যোগ দি কয়- বৰ্তমানৰ পৰিস্থিতি যি ধৰণৰ কোনোৱে বিজেপিত নাথাকিব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in