মথুৰাপুৰত উলহমালহেৰে ষট পূজাৰ উদযাপন…

মথুৰাপুৰত উলহমালহেৰে ষট পূজাৰ উদযাপন…

ডিজিটেল সংবাদ,মথুৰাপুৰঃ সমগ্ৰ ৰাজ্যৰ লগতে চৰাইদেউ জিলাৰ মথুৰাপুৰ সমীপৱৰ্তী নিমনাগড় আৰু মাইবেলা চফ্ৰাই নদীৰ পাৰত উলহমালহেৰে ষট পূজাৰ উদযাপন কৰে ৷ চৰকাৰী বান্ধি দিয়া নিৰ্দেশনা অনুসৰি পূজাৰ আয়োজক সমিতি তথা ভক্তপ্ৰাণ ৰাইজে পূজাস্থলীত ধৰ্মীয় নীতিনিয়মে মাজৰে পূজা-অৰ্চনা কৰে ৷

এই উপলক্ষ আজি পুৱাই ভক্তসকলে নদীৰ ঘটাত উপস্থিত হৈ নিজ নিজ স্থানত তৈয়াৰ কৰা বেদীত পূজা অৰ্চনা কৰি সকলোৱে মংগলকামনা কৰি সূৰ্য দেৱতাক প্ৰাৰ্থনা কৰে ৷ ষট পূজা উপলক্ষত পুৱাই ঘাট সমূহত অগণন ভক্তই ভীৰ কৰা পৰিলক্ষিত হৈছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in