তীব্ৰ বেগী ট্ৰাকে মহতিয়াই নিলে বাইক আৰোহীক…

তীব্ৰ বেগী ট্ৰাকে মহতিয়াই নিলে বাইক আৰোহীক…
  • মৰিগাঁও বঘৰা নাঙলকুছিট বুধবাৰে পথ দুৰ্ঘটনা।
  • মৰিগাঁৱৰ পৰা জাগীৰোড অভিমুখী AS01KC8975 নম্বৰ ড্ৰাম্পাৰে মহতিয়ালে AS01DZ9740 নম্বৰৰ মটৰচাইকেল।
  • আহত মটৰ চাইকেল আৰোহী জন মায়ং বুঢ়াবুঢ়ীৰ ৰাব্বাণী।
  • আহত ৰাব্বাণীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in