ভাৰতীয় ক্ৰিকেটাৰক হত্যাৰ ভাবুকি অসমৰ যুৱকৰ!

ভাৰতীয় ক্ৰিকেটাৰক হত্যাৰ ভাবুকি অসমৰ যুৱকৰ!
  • ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈক হত্যাৰ ভাবুকি।
  • মৰিগাঁৱৰ যুৱকে ভাবুকি দিয়াৰ অভিযোগ।
  • বি চি চি আইক ভাবুকি দিয়াৰ অভিযোগ।
  • যুৱকজনে ই-মেইলযোগে দিছিল এই ভাবুকি।
  • বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যুৱকজনে ভাবুকি দিয়া খেলুৱৈগৰাকীৰ নাম।
  • মহাৰাষ্ট্ৰ এণ্টি-টেৰৰিজম স্কোৱাডে গ্ৰেপ্তাৰ কৰিছে যুৱকজনক।
  • গ্ৰেপ্তাৰ হোৱা যুৱকজনৰ নাম ব্ৰজমোহন দাস।
  • ধৰমটুলত ঘৰ যুৱকজনৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in