মৰিগাঁৱত গ্ৰেপ্তাৰ ৫ চাইবাৰ অপৰাধী…

মৰিগাঁৱত গ্ৰেপ্তাৰ ৫ চাইবাৰ অপৰাধী…
  • মৰিগাঁৱত আৰক্ষীৰ জালত পৰিল চাইবাৰ অপৰাধী।
  • মৰিগাঁৱৰ লাহৰীঘাটৰ পৰা গ্রেপ্তাৰ কৰা হৈছে ৫টাকৈ চাইবাৰ অপৰাধীক।
  • গ্রেপ্তাৰ হোৱা চাইবাৰ অপৰাধী কেইটা হ'ল আশ্রাফুল আলম, ছাদ্দাম হুছেইন, ৰফিকুল ইছলাম।
  • গ্রেপ্তাৰ আজাহাৰ উদ্দিন আৰু ৰাজদুল ইছলাম।
  • অপৰাধীকেইটাৰ পৰা জব্দ কৰা হৈছে লেপটপ, ৭টা এনড্রইড ম'বাইল ফোন।
  • জব্দ বহুকেইটা বেংকৰ পাছবুক, এটি এম, আধাৰ কাৰ্ড, বহু নথিপত্র।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in