শেহতীয়া খবৰ
কামাখ্যা দৰ্শনৰ বাবে যদি যাম বুলি ভাবিছে,তেনেহ'লে এই খিনি কথা জানি লওক..  •  উৎসাহী শিক্ষক,ছাত্ৰ-ছাত্ৰী, কোভিড প্ৰটক'ল মানি খুলিল শিক্ষানুষ্ঠান...  •  হংকঙত ৩ অক্টোবৰলৈ বন্ধ এয়াৰ ইণ্ডিয়াৰ বিমান...  •  বটদ্ৰৱাত মাস্ক পৰিধান কৰি ছাত্ৰ ছাত্ৰী সকলে আহিছে নিজ বিদ্যালয়লৈ...  •  ৰাজ্যসভাত অধ্যক্ষক দুব্যৱহাৰ কৰাৰ অপৰাধত নিলম্বিত ৮ জন সাংসদ....  •  এছআই পদৰ বাবে চাকৰিৰ বজাৰত দাম উঠিছিল দহ লাখ....  •  গহপুৰৰ মুনমী শইকীয়াৰ ঘৰটো প্ৰকৃততে‌ কোনে বনালে ?  •  সুস্থ হৈ উঠিছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত,কি ক'লে ভিডিওৰ জৰিয়তে...  •  মহাৰাষ্ট্ৰত অট্টালিকা খহি ১০ জনৰ মৃত্যু,আবদ্ধ বহুজন....  •  কোভিড প্ৰট'কল মানি আজিৰে পৰা খুলিব শিক্ষানুষ্ঠান সমূহ....

ৰাজ্যত পুনৰ ২৬৭৯ৰ দেহত কোভিড-১৯, আক্ৰান্তৰ সংখ্যা ৫৫,৪৯৬জনলৈ বৃদ্ধি…

293
  • ৰাজ্যত পুনৰ ২৬৭৯জনৰ দেহত ধৰা পৰে কোভিড-১৯ৰ উপস্থিতি।
  • ইয়াৰে ৪৪২জন কামৰূপ মেট্ৰ’, ২৬৫জন কামৰূপ গ্ৰাম্যৰ, ২৫০জন কাছাৰৰ আৰু ১৭২জন নগাঁৱৰ।
  • উল্লেখ্য যে, যোৱা ২৪ ঘন্টাত ৰাজ্যখনত ৫৮৫৩১জন লোকৰ কোভিড টেষ্ট কৰা হয়।
  • উল্লেখ্য যে, অসমত ৫৫৪৯৬জনলৈ বৃদ্ধি পাইছে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।
  • ইফালে, শুকুৰবাৰে ৰাজ্যত ১৫৮৫জন লোক সুস্থ হৈ উঠে।
  • ৰাজ্যত সুস্থ হোৱা লোকৰ সংখ্যা ৩৮৮০৯জনলৈ পাইছে বৃদ্ধি।
  • আনহাতে, এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১৩২জনলৈ পাইছে বৃদ্ধি।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি