ৰাজ্যত পুনৰ ২৬৭৯ৰ দেহত কোভিড-১৯, আক্ৰান্তৰ সংখ্যা ৫৫,৪৯৬জনলৈ বৃদ্ধি…

ৰাজ্যত পুনৰ ২৬৭৯ৰ দেহত কোভিড-১৯, আক্ৰান্তৰ সংখ্যা ৫৫,৪৯৬জনলৈ বৃদ্ধি…
  • ৰাজ্যত পুনৰ ২৬৭৯জনৰ দেহত ধৰা পৰে কোভিড-১৯ৰ উপস্থিতি।
  • ইয়াৰে ৪৪২জন কামৰূপ মেট্ৰ', ২৬৫জন কামৰূপ গ্ৰাম্যৰ, ২৫০জন কাছাৰৰ আৰু ১৭২জন নগাঁৱৰ।
  • উল্লেখ্য যে, যোৱা ২৪ ঘন্টাত ৰাজ্যখনত ৫৮৫৩১জন লোকৰ কোভিড টেষ্ট কৰা হয়।
  • উল্লেখ্য যে, অসমত ৫৫৪৯৬জনলৈ বৃদ্ধি পাইছে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।
  • ইফালে, শুকুৰবাৰে ৰাজ্যত ১৫৮৫জন লোক সুস্থ হৈ উঠে।
  • ৰাজ্যত সুস্থ হোৱা লোকৰ সংখ্যা ৩৮৮০৯জনলৈ পাইছে বৃদ্ধি।
  • আনহাতে, এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১৩২জনলৈ পাইছে বৃদ্ধি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in