পুনৰ ২৪জনৰ দেহত ধৰা পৰিল কোভিড-১৯, ৰাজ্যত আক্ৰান্ত লোকৰ সংখ্যা ৮৮০লৈ বৃদ্ধি…

পুনৰ ২৪জনৰ দেহত ধৰা পৰিল কোভিড-১৯, ৰাজ্যত আক্ৰান্ত লোকৰ সংখ্যা ৮৮০লৈ বৃদ্ধি…
  • ৰাজ্যত আৰু ২৪জনৰ দেহত ধৰা পৰিল কোৰোনা ভাইৰাছৰ উপস্থিতি।
  • ইয়াৰে ১১জন গোৱালপাৰা, ৩জন নলবাৰী, ৩জন তিনিচুকীয়া, ২জন ডিব্ৰুগড়, ১জন কামৰূপ, ১জন নগাঁও, ১জন কাৰ্বিআংলং আৰু ১জন ধুবুৰীৰ।
  • অৱশ্যে আৰু এজন লোকৰ সন্দৰ্ভত বৰ্তমানলৈ জানিব পৰা হোৱা নাই।
  • অসমত ৮৮০জনলৈ বৃদ্ধি পালে কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা।
  • ইফালে, এই ভাইৰাছত আক্ৰান্ত হৈ ৭৭০জন বৰ্তমানেও চিকিৎসাধীন হৈ আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in