ৰাজ্যত পুনৰ ১৪৫৭জন আক্ৰান্ত কোৰোনাত…

ৰাজ্যত পুনৰ ১৪৫৭জন আক্ৰান্ত কোৰোনাত…
  • ৰাজ্যত শনিবাৰে ১৪৫৭জনৰ দেহত ধৰা পৰে কোভিড-১৯ পজিটিভ।
  • ইয়াৰে ২৭৫জন কামৰূপ মেট্ৰ, ১৩৬জন ডিব্ৰুগড়় আৰু ১১৬জন শোণিতপুৰৰ।
  • ৰাজ্যত এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৪১,৭২৬জনলৈ পাইছে বৃদ্ধি।
  • ইফালে, সুস্থ হৈছে বৰ্তমানলৈ ৩১৪৪২জন লোক।
  • আনহাতে, অসমত চিকিৎসাধীন হৈ আছে ১০১৮০জন ৰোগী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in