নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত মৰাণত অৰ্দ্ধ উলংগ প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত মৰাণত অৰ্দ্ধ উলংগ প্ৰতিবাদ
  • জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত মৰাণত অৰ্ধ উলংগ প্ৰতিবাদ ।
  • ঐক্য সেনা, অসম মৰাণ আঞ্চলিক সমিতি উদ্যোগত আৰু জাতি-জনগোষ্ঠী সংগ্ৰাম মঞ্চৰ সহযোগত অৰ্ধ উলংগ প্ৰতিবাদ।
  • বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী শ্ল'গান।
  • লগতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক শেষ সকিয়নী প্ৰদান কৰিলে প্ৰতিবাদকাৰীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in