ডান্সাৰ স্বপ্নাক লগত লৈ বিজেপি প্ৰাৰ্থী মনোজ তিৱাৰীৰ ৰোড শ্ব’

ডান্সাৰ স্বপ্নাক লগত লৈ বিজেপি প্ৰাৰ্থী মনোজ তিৱাৰীৰ ৰোড শ্ব’
  • উত্তৰ-পূৱ দিল্লীৰ বিজেপি প্ৰাৰ্থী মনোজ তিৱাৰীৰ ৰোড শ্ব'।
  • দিল্লীৰ ৰাজপথত বিশাল সমৰ্থকেৰে ৰোড শ্ব' প্ৰাৰ্থীগৰাকীৰ।
  • মনোজ তিৱাৰীৰ ৰোড শ্ব'ত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী বিজয় গোৱেল।
  • ডান্সাৰ স্বপ্না চৌধুৰীও উপস্থিত মনোজ তিৱাৰীৰ সৈতে।
  • সমষ্টিটোত কংগ্ৰেছ প্ৰাৰ্থী তথা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শীলা দীক্ষিতৰ বিৰুদ্ধে যুঁজ দিব তিৱাৰীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in