শেহতীয়া খবৰ
ৰাজ্যত আকৌ ২১৫জন কোভিড পজিটিভ, সুস্থ হৈছে ২৮৩২জন...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ দুজনৰ মৃত্যু...  •  বিহাৰ বিধানসভা নিৰ্বাচন...  •  ৩১ অক্টোবৰত চাব আকাশলৈ, দেখা পাব ‘ব্লু মুন’...  •  উত্তৰ প্ৰদেশৰ গো হত্যা আইনৰ অপব্যৱহাৰকলৈ উদ্বেগ প্ৰকাশ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ...  •  হাথৰছ ধৰ্ষণ-হত্যাকাণ্ডঃ মঙলবাৰে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিব কিছু গুৰুত্বপূৰ্ণ ৰায়দান...  •  হাতে হাতে দা-তৰোৱাল, তিনিচুকীয়াত বজৰং দলৰ সশস্ত্ৰ বাইক ৰেলী...  •  নৱমী পূজাৰ নিশা বৰপেটাৰোডত সাংবাদিক আক্ৰমণৰ ঘটনা...  •  আইপিএলৰ পৰা বাহিৰ হ’ল চেন্নাই...  •  জম্মু-কাশ্মীৰৰ পিপলছ ডেম’ক্ৰেটিক পাৰ্টীৰ মুৰব্বী মেহবুবা মুফতীৰ মন্তব্যক লৈ সৰৱ তিনি নেতাৰ পদত্যাগ...

লালকিল্লাত ৭৪সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিলে প্ৰধানমন্ত্ৰীয়ে…

129
  • পুৱা ৭.৩০বজাত লালকিল্লাত ৭৪সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।
  • ধাৰাবাহিকভাৱে সপ্তমবাৰলৈ প্ৰধানমন্ত্ৰী হিচাপে লালকিল্লাত পতাকা উত্তোলন কৰিলে মোডীয়ে।
  • সমূহ দেশবাসীক লালকিল্লাৰ পৰাই স্বাধীনতা দিৱসৰ শুভকমান জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে।
  • প্ৰধানমমন্ত্ৰীগৰাকীয়ে কয়, ইতিহাসে এই কথা অগ্ৰাহ্য কৰিব নোৱাৰে যে আমাৰ স্বাধীনতা সংগ্ৰামে বিশ্ব বিস্তাৰবাদ শক্তিক প্ৰত্যাহ্বান জনাইছিল।
  • কোৰোনাকেন্দ্ৰিক পৰিস্থিতিৰ কথা উল্লেখ কৰি দেশবাসীৰ সাহস আৰু আত্মবিশ্বাসক চেল্যুট জনালে মোডীয়ে।
  • আত্মনিৰ্ভৰশীল ভাৰতৰ কথাও ভাষণত উল্লেখ কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি