লালকিল্লাত ৭৪সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিলে প্ৰধানমন্ত্ৰীয়ে…

লালকিল্লাত ৭৪সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিলে প্ৰধানমন্ত্ৰীয়ে…
  • পুৱা ৭.৩০বজাত লালকিল্লাত ৭৪সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।
  • ধাৰাবাহিকভাৱে সপ্তমবাৰলৈ প্ৰধানমন্ত্ৰী হিচাপে লালকিল্লাত পতাকা উত্তোলন কৰিলে মোডীয়ে।
  • সমূহ দেশবাসীক লালকিল্লাৰ পৰাই স্বাধীনতা দিৱসৰ শুভকমান জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে।
  • প্ৰধানমমন্ত্ৰীগৰাকীয়ে কয়, ইতিহাসে এই কথা অগ্ৰাহ্য কৰিব নোৱাৰে যে আমাৰ স্বাধীনতা সংগ্ৰামে বিশ্ব বিস্তাৰবাদ শক্তিক প্ৰত্যাহ্বান জনাইছিল।
  • কোৰোনাকেন্দ্ৰিক পৰিস্থিতিৰ কথা উল্লেখ কৰি দেশবাসীৰ সাহস আৰু আত্মবিশ্বাসক চেল্যুট জনালে মোডীয়ে।
  • আত্মনিৰ্ভৰশীল ভাৰতৰ কথাও ভাষণত উল্লেখ কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in