মাস্ক পৰিধান কৰাৰ অভ্যাস সকলোৱে গঢ়ি তুলিব লাগিবঃ প্ৰধানমন্ত্ৰী মোডী…VIDEO

মাস্ক পৰিধান কৰাৰ অভ্যাস সকলোৱে গঢ়ি তুলিব লাগিবঃ প্ৰধানমন্ত্ৰী মোডী…VIDEO
  • দেশৰ ৭ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে প্ৰধানমন্ত্ৰী মোডীৰ বৈঠক।
  • এক ভিডিঅ' কনফাৰেন্সযোগে আলোচনাত বহে প্ৰধানমন্ত্ৰী মোডী।
  • বৈঠকখনত প্ৰধানমন্ত্ৰী মোডীয়ে কয়-
  • 'মাস্ক পৰিধান কৰাৰ অভ্যাস গঢ়াটো সহজ নহয়।'
  • 'কিন্তু এই অভ্যাস গঢ়ি তোলা হ'লে কোৰোনা বিৰোধী যুঁজৰ ফলাফল ভাল নাপাম।'
  • 'গতিকে আমি মাস্কক জীৱনৰ এটা অংশ হিচাপে ল'ব লাগিব।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in