প্ৰধানমন্ত্ৰীৰ টুইটঃ ধন্যবাদ গুৱাহাটী!

প্ৰধানমন্ত্ৰীৰ টুইটঃ ধন্যবাদ গুৱাহাটী!

ডিজিটেল ডেস্কঃ ৬০টা ৱাৰ্ডৰ ভিতৰত ৫৮টা ৱাৰ্ড দখলেৰে গুৱাহাটী পৌৰ নিগম নিজৰ দখলত ৰাখিলে বিজেপিয়ে। এই জয়ৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ধন্যবাদ জনালে গুৱাহাটীবাসীক। অসমীয়া টুইট কৰি মোডীয়ে লিখিলে-

ধন্যবাদ গুৱাহাটী! এই আকৰ্ষণীয় চহৰখনৰ লোকসকলে বিকাশৰ নীতি গঢ়ি তুলিবলৈ @BJP4Assamক জনাদেশ প্ৰদান কৰিছে ৷ তেওঁলোকে মুখ্যমন্ত্ৰী @himantabiswaৰ অধীনত ৰাজ্য চৰকাৰখনৰ কঠোৰ পৰিশ্ৰমৰ বাবেও আশীৰ্বাদ কৰিছে ৷ প্ৰতিজন বিজেপি কৰ্মকৰ্তা আৰু তেওঁলোকৰ কঠোৰ পৰিশ্ৰমক মই কৃতজ্ঞতা জনাইছো ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in