শেহতীয়া খবৰ
গৰৈমাৰীৰ দুখনকৈ গাঁও পঞ্চায়তৰ কংগ্ৰেছী সভানেত্ৰীক দল বিৰোধী কাৰ্যকলাপৰ বাবে বহিষ্কাৰ • বিশ্ব পৰিৱেশ দিৱসৰ প্ৰাকক্ষণত গছ পুলিৰ চাহিদা বৃদ্ধি... • মৰিশালীৰ নিস্তব্ধতাৰ মাজতে নগাঁও কাগজ কলত সোণালী জয়ন্তি... • ৰাজ্যত আৰু ৪২জনৰ দেহত ধৰা পৰিল কোৰোনা ভাইৰাছ... • ৰাজ্যত নতুনকৈ ৮৫ গৰাকী লোকৰ দেহত ধৰা পৰিছে কোৰোনা ভাইৰাছ • গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা কাৰাবন্দীৰ দেহত কোভিড-১৯... • জাজৰি আৰক্ষীৰ বৰ্বৰতাৰ বলি হৈ অৱশেষত কৰুণ মৃত্যুক সাবটিলে গাঁওৰক্ষী বাহিনীৰ সম্পাদকে... • বিস্ময়ঃ শশী ফুকনে কি ক’লে... • অৰুণাচল প্ৰদেশত পুনৰ ৪গৰাকী লোকৰ দেহত কোৰোনা... • নাৰায়ণপুৰত মাধৱদেৱ কলাক্ষেত্ৰৰ তৃতীয় পৰ্যায়ৰ আধাৰশিলা স্থাপন মন্ত্ৰী হিমন্তৰ…

মই কৈছিলো- যদি আমাৰ পাইলটৰ কিবা হয়, তেন্তে পাকিস্তানক ৰেহাই নিদিমঃ মোডীৰ নিৰ্বাচনী প্ৰচাৰ

273
  • পুনৰ সেনাৰ নামত ৰাজনীতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ।
  • নিৰ্বাচনী প্ৰচাৰত সেনা আৰু ৰাষ্ট্ৰ সুৰক্ষাৰ বিষয় উত্থাপন মোডীৰ।
  • দেওবাৰে গুজৰাটৰ পটনত এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয় মোডীয়ে।
  • ‘আমি ৰাষ্ট্ৰ সুৰক্ষাৰ প্ৰতি সদায় সতৰ্ক।
  • ‘পাকিস্তানে যেতিয়া আমাৰ উইং কামাণ্ডাৰ অভিনন্দক আটক কৰিছিল, মই কৈছিলো যে যদি আমাৰ পাইলটৰ কিবা ক্ষতি হয়, তেন্তে পাকিস্তানক ৰেহাই নিদিম।’
  • ‘আমাৰ কথাৰ পিছতেই পাকিস্তানে অভিনন্দন বৰ্থমানক এৰি দিবলৈ বাধ্য হৈছিল।’
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি