মই কৈছিলো- যদি আমাৰ পাইলটৰ কিবা হয়, তেন্তে পাকিস্তানক ৰেহাই নিদিমঃ মোডীৰ নিৰ্বাচনী প্ৰচাৰ

মই কৈছিলো- যদি আমাৰ পাইলটৰ কিবা হয়, তেন্তে পাকিস্তানক ৰেহাই নিদিমঃ মোডীৰ নিৰ্বাচনী প্ৰচাৰ
  • পুনৰ সেনাৰ নামত ৰাজনীতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ।
  • নিৰ্বাচনী প্ৰচাৰত সেনা আৰু ৰাষ্ট্ৰ সুৰক্ষাৰ বিষয় উত্থাপন মোডীৰ।
  • দেওবাৰে গুজৰাটৰ পটনত এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয় মোডীয়ে।
  • 'আমি ৰাষ্ট্ৰ সুৰক্ষাৰ প্ৰতি সদায় সতৰ্ক।
  • 'পাকিস্তানে যেতিয়া আমাৰ উইং কামাণ্ডাৰ অভিনন্দক আটক কৰিছিল, মই কৈছিলো যে যদি আমাৰ পাইলটৰ কিবা ক্ষতি হয়, তেন্তে পাকিস্তানক ৰেহাই নিদিম।'
  • 'আমাৰ কথাৰ পিছতেই পাকিস্তানে অভিনন্দন বৰ্থমানক এৰি দিবলৈ বাধ্য হৈছিল।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in