কেৰালাত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, দৰ্শন কৰিব শ্ৰীকৃষ্ণ মন্দিৰ

কেৰালাত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, দৰ্শন কৰিব শ্ৰীকৃষ্ণ মন্দিৰ
  • কেৰালাত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
  • ব্যক্তিগত বিমানেৰে ত্ৰিশূৰত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোডী।
  • ত্ৰিশূৰত অৱতৰণ কৰাৰ পিছতে তেওঁক আদৰণি জনাই কেৰেলাৰ কেইবাজনো মন্ত্ৰীয়ে।
  • শনিবাৰে গুৰুভয়ুৰৰ শ্ৰীকৃষ্ণ মন্দিৰ দৰ্শন কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে।
  • মন্দিৰত আগবঢ়াব পূজা অৰ্চনা।
  • তাৰ পিছতে এখন জনসভাত অংশ ল'ব তেওঁ।
  • আবেলি তেওঁ পুনৰ উভতিব দিল্লীলৈ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in