দেওবাৰে গহপুৰত কেইবাটাও অনুষ্ঠানত অংশ ল’ব মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

ফাইল ফটো
ফাইল ফটো
  • দেওবাৰে গহপুৰলৈ যাব মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
  • কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰিব মন্ত্ৰীজনে।
  • হিমন্ত বিশ্ব শৰ্মাই গহপুৰ মহকুমা অসামৰিক চিকিৎসালয়টো অনুষ্ঠানত অংশ ল'ব।
  • ১০০খন বিছনাযুক্ত চিকিৎসালয়লৈ গহপুৰ মহকুমা অসামৰিক চিকিৎসালয় উন্নীতকৰণৰ বাবে উদ্বোধন কৰিব তেওঁ।
  • নিৰ্বাচনী প্ৰচাৰ সভাটো অংশ ল'ব মন্ত্ৰীজনে।
  • গহপুৰ হাইস্কুল খেলপথাৰত নিৰ্বাচনী সভাত অংশ ল'ব হিমন্ত বিশ্ব শৰ্মাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in