মিজোৰামত পুৱা ৮বজাৰ পৰা আৰম্ভ ভোটগণনা

মিজোৰামত পুৱা ৮বজাৰ পৰা আৰম্ভ ভোটগণনা
  • মিজোৰামত পুৱা ৮বজাত আৰম্ভ ভোটগণনা।
  • মিজোৰামৰ ৪০টা সমষ্টিত নিৰ্ণয় হ'ব ২০৯গৰাকী প্ৰাৰ্থীৰ ভাগ্য।
  • ইতিমধ্যে আইজলত ভোটগণনাৰ বাবে ভিৰ কৰিছে বহুলোকে।
  • মিজোৰামত এমএনএফ-কংগ্ৰেছে ৪০খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে।
  • ইফালে বিজেপিয়ে ৩৯খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে।
  • ইয়াৰ লগতে জেডপিএমে প্ৰতিদ্বন্দ্বিতা কৰিছে ৩৭খন আসনত।
  • আইজলত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত অনুষ্ঠিত হৈছে ভোটগণনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in