মিজোৰাম বিধানসভাৰ অধ্যক্ষৰ পদত্যাগ

মিজোৰাম বিধানসভাৰ অধ্যক্ষৰ পদত্যাগ
  • মিজোৰাম বিধানসভাৰ অধ্যক্ষ পদৰ পৰা হিফেইৰ পদত্যাগ।
  • শেহতীয়াকৈ কংগ্ৰেছে প্ৰকাশ কৰা প্ৰাৰ্থীৰ তালিকাত নাম নাছিল তেওঁৰ।
  • কেইদিন মানৰ পূৰ্বে গুৱাহাটীলৈ আহিছিল কংগ্ৰেছ নেতাগৰাকী।
  • হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিছিল হিফেইয়ে।
  • সেয়েহে নিৰ্বাচন অনুষ্ঠিত হ'ব লগা ৰাজ্যখনত তেওঁ প্ৰতিনিধিত্ব কৰা সমষ্টিত কে টি ৰোখাক দিছিল কংগ্ৰেছৰ প্ৰাৰ্থিত্ব।
  • তাৰপাছতেই বিধানসভাৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিলে তেওঁ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in