পশ্চিমবংগ বিধানসভা নিৰ্বাচনত : নৰেন্দ্ৰ মোডীৰ ৰেলীৰ পূৰ্বে বিজেপিত যোগত অভিনেতা মিথুন চক্ৰবৰ্তীৰ…

পশ্চিমবংগ বিধানসভা নিৰ্বাচনত : নৰেন্দ্ৰ মোডীৰ ৰেলীৰ পূৰ্বে বিজেপিত যোগত অভিনেতা মিথুন চক্ৰবৰ্তীৰ…

  • বিজেপিত যোগদান কৰিলে বলিউদৰ অভিনেতা মিথুন চক্ৰবৰ্তীয়ে ।
  • ৭০ বছৰীয়া অভিনেতা গৰাকীয়ে কলকাতাৰ ঐতিহাসিক ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত বিজেপিত যোগদান কৰে ।
  • কলকাতাৰ ঐতিহাসিক ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত এক ৰেলীত অংশ ল'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।
  • মোডী সভাত উপস্থিত হোৱাৰ পূৰ্বেই বিজেপিত যোগদান কৰে অভিনেতা গৰাকীয়ে ।
  • অভিনেতা গৰাকীৰ যোগদান কাৰ্যসূচীত উপস্থিত আছিল পশ্চিমবংগ ৰাজ্যিক বিজেপি সভাপতি দিলীপ ঘোষ, ৰাজ্যিক প্ৰভাৰী কৈলাশ বিজয়বৰ্গীয়া ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in