দেওবাৰৰ পৰা সন্ধানহীন আৰতি-অঞ্জলী, দিছাঙত অব্যাহত আছে উদ্ধাৰ অভিযান

দেওবাৰৰ পৰা সন্ধানহীন আৰতি-অঞ্জলী, দিছাঙত অব্যাহত আছে উদ্ধাৰ অভিযান
  • বৰ্তমানেও সন্ধান নাই শিৱসাগৰৰ দিচাঙত সন্ধানহীন হোৱা অঞ্জলি ছেত্ৰী আৰু আৰতি ছেত্ৰী নামৰ দুই যুৱতীৰ।
  • তিনিদিন ধৰি অভিযান চলাইও তেওঁলোকক উদ্ধাৰ কৰিব পৰা নাই অভিযানকাৰী দলে।
  • দুই যুৱতীক বিচাৰি অভিযান চলাইছিল এছ ডি আৰ এফে।
  • বুধবাৰে অব্যাহত থাকিব এছ ডি আৰ এফৰ অভিযান।
  • দেওবাৰে দিচাংমুখৰ অফলাগাঁৱত দিচাঙত নিখোজ হৈছিল দুই যুৱতী।
  • সত্য নাৰায়ণ পূজাৰ সামগ্ৰী বিসৰ্জন দিবলৈ গৈ দিচাং নৈত নিখোজ হৈছিল যুৱতীদুগৰাকী।
  • সেই সময়ৰে পৰা উদ্ধাৰ অভিযান চলাই থকা হৈছে যদিও বৰ্তমান পৰ্যন্ত পোৱা নাই কোনো সন্ধান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in