ইউক্ৰেইনৰ জনবহুল এলেকাত ৰাছিয়াৰ মিছাইল আক্ৰমণঃ নিহত ১০, ৪০ ৰো অধিক আহত…

ইউক্ৰেইনৰ জনবহুল এলেকাত ৰাছিয়াৰ মিছাইল আক্ৰমণঃ নিহত ১০, ৪০ ৰো অধিক আহত…
  • পুনৰ ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণ।
  • ইউক্ৰেইনৰ এটা জন বহুল এলেকাত ৰাছিয়াই নিক্ষেপ কৰিলে মিছাইল।
  • ৰাছিয়াই নিক্ষেপ কৰা মিছাইলটো পৰিলগৈ এটা ছপিং মলত।
  • ঘটনাত ১০ জন লোক থিতাতে নিহত হোৱাৰ খবৰ।
  • ৪০ জনৰো অধিক লোক আহত হোৱাৰ খবৰ।
  • এতিয়াও ঘটনাৰ সবিশেষ পোহৰলৈ অহা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in