নগাঁৱত মন্ত্ৰী কেশৱ মহন্তৰ বাহন দুৰ্ঘটনাগ্ৰস্ত, VIDEO

নগাঁৱত মন্ত্ৰী কেশৱ মহন্তৰ বাহন দুৰ্ঘটনাগ্ৰস্ত, VIDEO
  • জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ কনভয়ৰ বাহন দু্ৰ্ঘটনাগ্ৰস্ত৷
  • নগাঁৱৰ ডিমৌত সংঘটিত হৈছে এই দুৰ্ঘটনা।
  • এই দুৰ্ঘটনাত কনভয়ত থকা বলেৰ' বাহনৰ ক্ষতিগ্ৰস্ত হৈছে৷
  • মন্ত্ৰীৰ কনভয়ৰ বাহনে খুন্দিয়ালে ৰখাই থোৱা বলেৰ' পিকআপ বাহনত।
  • দুৰ্ঘটনাগ্ৰস্ত মন্ত্ৰীৰ কনভয়ৰ বলেৰ' বাহনখনৰ নম্বৰ এএছ-০২-ইউ-৯২০৮।
  • অৱশ্যে এই দুৰ্ঘটনাত মন্ত্ৰীগৰাকীৰ লগতে গাড়ীখনত থকা আৰোহীৰ কোনো আঘাতপ্ৰাপ্ত হোৱা নাই।
  • গুৱাহাটীৰ পৰা বোকাখাতলৈ গৈ থকাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in