শেহতীয়া খবৰ
দ্বিতীয় টি-২০ত টীম ইণ্ডিয়াৰ বিৰুদ্ধে ৭ উইকেটত পৰাস্ত দক্ষিণ আফ্ৰিকা...  •  পাকিস্তান জড়িত থকা কোনো অনুষ্ঠানত ভাগ নলবঃ আলকা য়াগনিক, কুমাৰ ছানু, উদিত নাৰায়নলৈ জাননী...  •  বৰপেটা চিকিৎসা মহাবিদ্যালয়ত ভাইৰেল ৰিচাৰ্ছ এণ্ড ডায়'গ্নষ্টিক লেব'ৰেটৰী মুকলি...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  আফগানিস্তানত ভয়ংকৰ বিস্ফোৰণ, ৪ জনৰ মৃত্যু  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ

নগাঁৱত মন্ত্ৰী কেশৱ মহন্তৰ বাহন দুৰ্ঘটনাগ্ৰস্ত, VIDEO

1,325
  • জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ কনভয়ৰ বাহন দু্ৰ্ঘটনাগ্ৰস্ত৷
  • নগাঁৱৰ ডিমৌত সংঘটিত হৈছে এই দুৰ্ঘটনা।
  • এই দুৰ্ঘটনাত কনভয়ত থকা বলেৰ’ বাহনৰ ক্ষতিগ্ৰস্ত হৈছে৷
  • মন্ত্ৰীৰ কনভয়ৰ বাহনে খুন্দিয়ালে ৰখাই থোৱা বলেৰ’ পিকআপ বাহনত।
  • দুৰ্ঘটনাগ্ৰস্ত মন্ত্ৰীৰ কনভয়ৰ বলেৰ’ বাহনখনৰ নম্বৰ এএছ-০২-ইউ-৯২০৮।
  • অৱশ্যে এই দুৰ্ঘটনাত মন্ত্ৰীগৰাকীৰ লগতে গাড়ীখনত থকা আৰোহীৰ কোনো আঘাতপ্ৰাপ্ত হোৱা নাই।
  • গুৱাহাটীৰ পৰা বোকাখাতলৈ গৈ থকাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হৈছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি