আকৌ কোৰোনাঃ ক’ত কণ্টেইনমেণ্ট জ’ন ঘোষণা !

আকৌ কোৰোনাঃ ক’ত কণ্টেইনমেণ্ট জ’ন ঘোষণা !
  • অসমত আকৌ কণ্টেইনমেণ্ট জ'ন ঘোষণা।
  • মাইক্ৰ' কণ্টেইমেণ্ট জ'ন ঘোষণা মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকি কোষৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত ।
  • কামৰূপ মহানগৰ উপায়ুক্তই ঘোষণা কৰিছে মাইক্ৰ' কণ্টেইনমেণ্ট জ'ন।
  • উল্লেখযোগ্য যে ৰূপ নগৰত থকা স্বতন্ত্ৰ সেনানি ভৱনত আছিল মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকি কোষৰ কাৰ্য়ালয়।
  • এই কাৰ্যালয়ত কৰ্মৰত ১১ জন বিষয়া কৰ্মচাৰীৰ দেহত ধৰা পৰিছিল কোভিড-১৯।
  • তাৰ পাছতে মাইক্ৰ' কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰিছে কামৰূপ মহানগৰ প্ৰশাসনে।
  • কোনো লোকে প্ৰৱেশ কৰিব নোৱাৰিব এই কাৰ্যালয়ৰ চৌহদত।
  • ৭ দিনৰ বাবে ঘোষণা কৰা হৈছে এই মাইক্ৰ' কণ্টেইনমেণ্ট জ'ন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in