বৃদ্ধি কোৰোনাৰ সংক্ৰমণঃ ৯খন শিক্ষানুষ্ঠান মাইক্ৰ কন্টেইনমেন্ট জ’ন ঘোষণা…

বৃদ্ধি কোৰোনাৰ সংক্ৰমণঃ ৯খন শিক্ষানুষ্ঠান মাইক্ৰ কন্টেইনমেন্ট জ’ন ঘোষণা…
  • ৰাজ্যজুৰি বৃদ্ধি পাইছে কোৰোনাৰ সংক্ৰমণ।
  • ৰাজ্যৰ ৯খন শিক্ষানুষ্ঠান ইতিমধ্যে মাইক্ৰ কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা।
  • মাইক্ৰ কন্টেইনমেন্ট জ'ন ঘোষণা কৰা শিক্ষানুষ্ঠান কেইখন ক্ৰমে-
  • মালিগাঁৱৰ টিআৰপি হিন্দী হাইস্কুল।
  • সোণাৰাম বিদ্যালয় এইচ এছ।
  • ক্ষেত্ৰী চিএইচচি।
  • কামাখ্যা বিদ্যালয় এইচ এছ।
  • গুৰুকুল গ্ৰামাৰ বিদ্যালয়।
  • ৰহমান ইনষ্টিটিউট অৱ নাৰ্ছিং এণ্ড পাৰামেডিকেল ছায়েঞ্চ।
  • আৰ্য বিদ্যাপীঠ এইচ এছ এণ্ড এম ই স্কুল, গোপীনাথ নগৰ।
  • অসম জাতীয় বিদ্যালয়, নুনমাটি।
  • বাথৌপুৰী বড়ো হাইস্কুল, আহোমগাঁও।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in