শেহতীয়া খবৰ
মুম্বাইত কোভিড ভেকচিনৰ নাটনি, বন্ধ কৰা হৈছে ৫৪ টা কেন্দ্ৰ...  •  বৰপেটাত পুনৰ এগৰাকী কোভিড আক্ৰান্ত লোকৰ মৃত্যু...  •  ৰং-তুলিকাৰে সজাগতাৰ সৃষ্টি হাজোৰ জ্যোতিস্মিতাৰ...  •  কোৰোনা পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰক ৰাষ্ট্ৰীয় আঁচনি দাখিল কৰিবলৈ আহ্বান উচ্চতম ন্যায়ালয়ৰ...  •  ৪৫ বছৰৰ ঊৰ্ধ্বৰ সকলো লোককে ভেকচিন ল’বলৈ আহ্বান দৰং জিলা উপায়ুক্তৰ...  •  ভেকচিন লাগে : নাই সমাজিক দুৰত্ব,নাই কোভিড প্ৰট'কল...  •  ভেকচিন লাগে : নাই সমাজিক দুৰত্ব,নাই কোভিড প্ৰট'কল...  •  ধৰ্ণা আতৰাব খুজিলে এঘন্টাৰ ভিতৰতে চৰকাৰক উত্তৰ দিয়া হ'ব : ৰাকেশ টিকাইট  •  এদিনত দেশত ৩ লাখ ৩২ হাজাৰতকৈ অধিক লোক আক্ৰান্ত কোভিডত,২০৬৩ জনৰ মৃত্যু...  •  দিল্লী চৰকাৰলৈ ছাৰ গংগা ৰাম চিকিৎসালয়ৰ পত্ৰ : ২ ঘন্টাৰ বাবে উপলব্ধ আছে অক্সিজেন...

মেৰাপানীৰ ফুট হিলছত পাৱাৰগ্ৰীড টাৱাৰ বাগৰি দুই শ্ৰমিকৰ মৃত্যু…

65
  • মেৰাপানীৰ অসম-নাগালেণ্ড সীমান্তত অঘটন
  • ফুট হিলছত পাৱাৰগ্রীডৰ টাৱাৰ বাগৰি দুজন শ্রমিকৰ মৃত্যু
  • গুৰুতৰভাৱে আহত এজন শ্রমিক
  • টাৱাৰত উঠি কাম কৰি থকা অৱস্থাতে বাগৰি পৰে টাৱাৰটো
  • মৃত শ্রমিক দুজনৰ নাম ধনীৰাম পানিকা আৰু অৰুণ গড়
  • আহত শ্রমিকজনৰ নাম ৰবেন গড়
  • আটাইকেইজন শ্রমিকৰ ঘৰ নগাঁৱৰ কঠিয়াতলীত
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি