মেৰাপানীৰ ফুট হিলছত পাৱাৰগ্ৰীড টাৱাৰ বাগৰি দুই শ্ৰমিকৰ মৃত্যু…

মেৰাপানীৰ ফুট হিলছত পাৱাৰগ্ৰীড টাৱাৰ বাগৰি দুই শ্ৰমিকৰ মৃত্যু…
  • মেৰাপানীৰ অসম-নাগালেণ্ড সীমান্তত অঘটন
  • ফুট হিলছত পাৱাৰগ্রীডৰ টাৱাৰ বাগৰি দুজন শ্রমিকৰ মৃত্যু
  • গুৰুতৰভাৱে আহত এজন শ্রমিক
  • টাৱাৰত উঠি কাম কৰি থকা অৱস্থাতে বাগৰি পৰে টাৱাৰটো
  • মৃত শ্রমিক দুজনৰ নাম ধনীৰাম পানিকা আৰু অৰুণ গড়
  • আহত শ্রমিকজনৰ নাম ৰবেন গড়
  • আটাইকেইজন শ্রমিকৰ ঘৰ নগাঁৱৰ কঠিয়াতলীত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in