মেলবৰ্ণ টেষ্টত ভাৰতৰ ঐতিহাসিক জয়…

মেলবৰ্ণ টেষ্টত ভাৰতৰ ঐতিহাসিক জয়…
  • মেলবৰ্ণ টেষ্টত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ ঐতিহাসিক জয়।
  • ১৩৭ ৰানত অষ্ট্ৰেলিয়াক পৰাস্ত কৰিলে ক'হলী বাহিনীয়ে।
  • ৩৭ বছৰ পিছত মেলবৰ্ণত টেষ্ট জয় ভাৰতৰ।
  • এই জয়েৰে চাৰিখনীয়া শৃংখলাত ২–১ৰ অগ্ৰগতি ভাৰতীয় ক্ৰিকেট দল।
  • ইয়াৰ পূৰ্বে ভাৰতে ১৯৮১ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মেলবৰ্ণত টেষ্ট মেচত জয়লাভ কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in