শেহতীয়া খবৰ
হোলী উদযাপন নকৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে...  •  আবিৰৰ ৰঙেৰে ৰঙীন হৈছে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহো...  •  কামপুৰৰ ইতিহাস প্ৰসিদ্ধ বিষ্ণুপুৰী থানত আৰম্ভ শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ...  •  পুনৰ দিল্লীত হত্যাৰ বলি অসমীয়া যুৱতী  •  ৰহাত বন বিভাগৰ জালত চোৰাং শাল আৰু চেগুন কাঠসহ ২জন, চাওক VIDEO  •  পশ্চিম কাৰ্বি আংলঙত খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ ২৫জন লোক  •  ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীৰ বাবে ভাল খবৰ...  •  ‘মই ভাল পত্নী নহয়, কাৰণ মই ৰান্ধনিঘৰৰ একো কামেই নাজানো’- প্ৰিয়ংকা চোপ্ৰা...  •  মাৰ্ঘেৰিটাত জৰাজীৰ্ণ পথ নিৰ্মাণৰ দাবীত ৰাইজৰ প্ৰতিবাদ  •  জম্মু-কাশ্মীৰত পাক সেনাৰ গুলীচালনাত নিহত ভাৰতীয় সেনা জোৱান...

লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ সৈতে মিত্ৰতা নকৰে এন পি পিয়ে

191
  • লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ সৈতে মিত্ৰতাৰ সন্দৰ্ভত মন্তব্য মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ
  • লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ সৈতে মিত্ৰতা নকৰে এন পি পিয়ে।
  • নিৰ্বাচনৰ পিছত প্ৰয়োজন হ’লে মিত্ৰতাৰ কথা ভাবিব এন পি পিয়ে।
  • উত্তৰ-পূবৰ ২৫খন আসনতে প্ৰাৰ্থিত্ব আগবঢ়াব দলটোৱে।
  • অসমৰ আটাইকেইটা সমষ্টিতে এন পি পিয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা।
  • মহানগৰীৰ হোটেল ৰেডিচন ব্লুত অনুষ্ঠিত আজিৰ বৈঠকত উত্তৰ-পূবৰ বিভিন্ন নিৰ্বাচনী ইছ্যুক লৈ আলোচনা।
  • অগপ–বিজেপিৰ মিত্ৰতা তেওঁলোকৰ ভিতৰুৱা কথা বুলিও মন্তব্য কৰে কনৰাড চাংমাই।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি