লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ সৈতে মিত্ৰতা নকৰে এন পি পিয়ে

লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ সৈতে মিত্ৰতা নকৰে এন পি পিয়ে
  • লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ সৈতে মিত্ৰতাৰ সন্দৰ্ভত মন্তব্য মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ
  • লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ সৈতে মিত্ৰতা নকৰে এন পি পিয়ে।
  • নিৰ্বাচনৰ পিছত প্ৰয়োজন হ'লে মিত্ৰতাৰ কথা ভাবিব এন পি পিয়ে।
  • উত্তৰ-পূবৰ ২৫খন আসনতে প্ৰাৰ্থিত্ব আগবঢ়াব দলটোৱে।
  • অসমৰ আটাইকেইটা সমষ্টিতে এন পি পিয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা।
  • মহানগৰীৰ হোটেল ৰেডিচন ব্লুত অনুষ্ঠিত আজিৰ বৈঠকত উত্তৰ-পূবৰ বিভিন্ন নিৰ্বাচনী ইছ্যুক লৈ আলোচনা।
  • অগপ–বিজেপিৰ মিত্ৰতা তেওঁলোকৰ ভিতৰুৱা কথা বুলিও মন্তব্য কৰে কনৰাড চাংমাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in