নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা বিজেপিৰ সাধাৰণ সম্পাদকৰ

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ বিৰুদ্ধে ৰাজ্য বিভিন্ন প্ৰান্তৰ লগতে উত্তৰ পূৰ্বঃত অব্যাহত আছে প্ৰতিবাদ।
  • এইবাৰ বিতৰ্কিত বিধেয়কৰ বিৰোধিতা মেঘালয় বিজেপিৰ।
  • বিধেয়কৰ বিৰোধিতা মেঘালয় বিজেপিৰ সাধাৰণ সম্পাদকৰ।
  • সাধাৰণ সম্পাদক বশাইলাং খংৱিৰে বিৰোধিতা কৰিছে বিধেয়কৰ।
  • বিজেপিৰ শীৰ্ষ নেতৃত্বলৈ তেওঁ প্ৰেৰণ কৰিছে পত্ৰ।
  • বিধেয়কখনৰ পৰা মেঘালয়ক প্ৰত্যাহাৰৰ আহ্বান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in