শেহতীয়া খবৰ
মহানগৰীৰ চানমাৰিত প্ৰাচী 'ছুইটছ'ত উত্তপ্ত পৰিস্থিতি  •  এন আৰ চিঃ আকৌ মইমতালিৰে মমতাৰ ভিত্তিহীন বিস্ফোৰণ, হ’ব নেকি এইবাৰ গ্ৰেপ্তাৰ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী?  •  এন আৰ চিঃ আকৌ মইমতালিৰে মমতাৰ ভিত্তিহীন বিস্ফোৰণ, হ’ব নেকি এইবাৰ গ্ৰেপ্তাৰ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী?  •  কিয় নোহোৱা হ'ল 'জন গণ মন'ত উত্তৰ-পূবৰ অংশ?  •  কিয় নোহোৱা হ'ল 'জন গণ মন'ত উত্তৰ-পূবৰ অংশ?  •  ইটালীত দলং খহি ৩০ জনৰ মৃত্যু  •  স্বাধীনতা দিৱসৰ প্ৰাকসন্ধ্যা দেশবাসীক সম্বোধন ৰাষ্ট্ৰপতিৰ  •  সাঁচিপতীয়া শিল্পী হৰিনাৰায়ণ কোঁৱৰলৈ চৰকাৰী স্বীকৃতি, উৎফুল্লিত বটদ্ৰৱাবাসী  •  নিৰীহ লোকক সেনাই অত্যাচাৰ চলোৱাৰ অভিযোগত উত্তপ্ত ওদালগুৰি  •  ১৫ আগষ্ট আহে, স্বাধীনতাহে নাহে...

২৩ আগষ্টত মেঘালয়ৰ ২ বিধানসভা সমষ্টিত উপ-নিৰ্বাচন

338

ডিজিটেল সংবাদ, শ্বিলংঃ মেঘালয়ত দুই বিধানসভাৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ২৩ আগষ্টত। কাইলৈ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰাৰ অন্তিম দিন।

ৰাণীকৌৰ আৰু দক্ষিণ তুৰা বিধানসভা সমষ্টিৰ ফলাফল ঘোষণা কৰা হ’ব ২৭ আগষ্টত। এই সন্দৰ্ভত ৩০ জুলাইতে নিৰ্বাচনী অধিসূচনা জাৰি কৰিছিল নিৰ্বাচন আয়োগে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি