অসম গণ পৰিষদৰ কা বিৰোধী কৰ্মকৰ্তা সকলৰ এক জৰুৰী বৈঠক…

অসম গণ পৰিষদৰ কা বিৰোধী কৰ্মকৰ্তা সকলৰ এক জৰুৰী বৈঠক…
  • অসম গণ পৰিষদ দলৰ কা বিৰোধী কৰ্মকৰ্তা সকলৰ মাজত এক জৰুৰী বৈঠক অনুষ্ঠিত হয় ।
  • বৈঠকত ২৪ জানুৱাৰী জানুৱাৰী দেওঁবাৰে এখন ৰাজনৈতিক অভিবৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰে ।
  • প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত নেতৃত্বাধীন অসম আন্দোলন সংগ্ৰামী মঞ্চ আৰু কা বিৰোধী অগপে অনুষ্ঠিত কৰিব এই ৰাজনৈতিক অভিবৰ্তন ।
  • কা বিৰোধী অগপ আৰু সমভাৱপন্ন দল সংগঠনৰ সহায় সহযোগৰ উপস্থিতিৰে আঞ্চলিকতাবাদ শক্তিশালী হ'ব বুলি ব্যক্ত কৰে কা বিৰোধী কৰ্মকৰ্তা সকলে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in