মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ ছাত্ৰক অপদস্থ, আটক বীৰ লাচিত সেনাৰ ৪ সদস্যক…

মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ ছাত্ৰক অপদস্থ, আটক বীৰ লাচিত সেনাৰ ৪ সদস্যক…
  • মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ ছাত্ৰক অপদস্থৰ ঘটনা।
  • ছাত্রক অপদস্থ কৰাৰ অপৰাধত বীৰ লাচিত সেনাৰ ৪ সদস্যক আটক কৰা হৈছে।
  • আটক কৰা কেইজন ক্ৰমে- দীপমণি হীৰা, তপন অসম, হেমন্ত দাস, প্রমোদ হীৰা।
  • মৰিগাঁও জিলা আৰক্ষী অধীক্ষকে আটক কৰে চাৰিওজনকে।
  • চাৰিওজনকে সোধা-পোছা অব্যাহত মৰিগাঁও আৰক্ষীৰ।
  • মায়ং থানাত ৰুজু হৈ থকা গোচৰৰ ভিত্তিতে আটক কৰা হৈছে চাৰিওকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in