মায়ঙত নাবালিকাক বিয়া দিবলৈ ওলোৱা ৪জনক গ্ৰেপ্তাৰ…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • মায়ঙত নাবালিকাক বিয়া দিবলৈ ওলোৱা ৪জন লোকক গ্রেপ্তাৰ।
  • মায়ং আৰক্ষীয়ে গ্রেপ্তাৰ কৰে দৰাসহ নাবালিকাগৰাকীৰ পিতৃ-মাতৃক।
  • মায়ঙৰ ছোট গৰজানত সংঘটিত হৈছে এই ঘটনা।
  • নাবালিকগৰাকীৰ পিতৃ-মাতৃৰ নাম ক্ৰমে- দধিৰাম বিশ্বাস, পাৰ্বতী বিশ্বাস।
  • লগতে দৰা জয়ন্ত ভৰালীসহ পিতৃ জয়নাথ ভৰালীকো গ্রেপ্তাৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in