মাছুদ আজাহাৰক বিশ্বত্ৰাস সন্ত্ৰাসবাদী ঘোষণা আমেৰিকাৰ

মাছুদ আজাহাৰক বিশ্বত্ৰাস সন্ত্ৰাসবাদী ঘোষণা আমেৰিকাৰ
  • ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠকৰ পূৰ্বে আমেৰিকাই মাছুদ আজাহাৰক ঘোষণা কৰিলে বিশ্বত্ৰাস সন্ত্ৰাসবাদী ৰূপে।
  • এই বৈঠকৰ পূৰ্বেই দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী মাছুদৰ বিৰুদ্ধে এনে ব্যৱস্থা ল'বলৈ দাবী জনাইছিল আমেৰিকা, ব্ৰিটেইন আৰু ফ্ৰান্সে।
  • ৰাষ্ট্ৰসংঘৰ দ্বাৰা এই ঘোষণা কৰিবলৈ প্ৰস্তাৱ দিছিল ভাৰতে।
  • ভাৰতৰ প্ৰস্তাৱত সন্মতি জনাইছিল ৰাছিয়াই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in