শেহতীয়া খবৰ
হোলী উদযাপন নকৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে...  •  আবিৰৰ ৰঙেৰে ৰঙীন হৈছে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহো...  •  কামপুৰৰ ইতিহাস প্ৰসিদ্ধ বিষ্ণুপুৰী থানত আৰম্ভ শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ...  •  পুনৰ দিল্লীত হত্যাৰ বলি অসমীয়া যুৱতী  •  ৰহাত বন বিভাগৰ জালত চোৰাং শাল আৰু চেগুন কাঠসহ ২জন, চাওক VIDEO  •  পশ্চিম কাৰ্বি আংলঙত খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ ২৫জন লোক  •  ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীৰ বাবে ভাল খবৰ...  •  ‘মই ভাল পত্নী নহয়, কাৰণ মই ৰান্ধনিঘৰৰ একো কামেই নাজানো’- প্ৰিয়ংকা চোপ্ৰা...  •  মাৰ্ঘেৰিটাত জৰাজীৰ্ণ পথ নিৰ্মাণৰ দাবীত ৰাইজৰ প্ৰতিবাদ  •  জম্মু-কাশ্মীৰত পাক সেনাৰ গুলীচালনাত নিহত ভাৰতীয় সেনা জোৱান...

মাছুদ আজাহাৰক বিশ্বত্ৰাস সন্ত্ৰাসবাদী ঘোষণা আমেৰিকাৰ

179
  • ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠকৰ পূৰ্বে আমেৰিকাই মাছুদ আজাহাৰক ঘোষণা কৰিলে বিশ্বত্ৰাস সন্ত্ৰাসবাদী ৰূপে।
  • এই বৈঠকৰ পূৰ্বেই দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী মাছুদৰ বিৰুদ্ধে এনে ব্যৱস্থা ল’বলৈ দাবী জনাইছিল আমেৰিকা, ব্ৰিটেইন আৰু ফ্ৰান্সে।
  • ৰাষ্ট্ৰসংঘৰ দ্বাৰা এই ঘোষণা কৰিবলৈ প্ৰস্তাৱ দিছিল ভাৰতে।
  • ভাৰতৰ প্ৰস্তাৱত সন্মতি জনাইছিল ৰাছিয়াই।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি