মহানগৰীৰ লাখটকীয়াত অগ্নিকাণ্ডঃ ১৫ লক্ষাধিক টকাৰ সামগ্ৰী ভস্মীভূত…

মহানগৰীৰ লাখটকীয়াত অগ্নিকাণ্ডঃ ১৫ লক্ষাধিক টকাৰ সামগ্ৰী ভস্মীভূত…
  • মহানগৰীত সংঘটিত হৈছে অগ্নিকাণ্ড।
  • মহানগৰীৰ লাখটকীয়াত সংঘটিত হৈছে এই অগ্নি কাণ্ডৰ ঘটনা।
  • ফকৰুদ্দিন আলি আহমেদ ভৱনৰ কাষত এই অগ্নিকাণ্ড।
  • অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত নিৰ্বাপিত জুই।
  • গেছ চিলিণ্ডাৰৰ পৰা জুই সূত্ৰপাত হোৱাৰ সন্দেহ স্থানীয় লোকৰ।
  • প্ৰায় ১৫ লক্ষাধিক টকাৰ সামগ্ৰী জুইত জাহ যোৱাৰ সন্দেহ।
  • জোটা,চেণ্ডেল আৰু বেগৰ গুদামত সংঘটিত হৈছে এই অগ্নিকাণ্ড।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in