বৃদ্ধি পাইছে কোৰোনাৰ সংক্ৰমণঃ মহানগৰীত মাস্ক পিন্ধা পুনৰ বাধ্যতামূলক…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • পুনৰ কোৰোনাৰ সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰিছে অসমত।
  • পুনৰ গুৱাহাটী মহানগৰীত মাস্ক পৰিধান কৰাতো বাধ্যতামূলক।
  • মাস্ক পৰিধান নকৰিলে ভৰিব লাগিব জৰিমনা।
  • মহানগৰীৰ ৰাজহুৱা স্থানসমূহত মাস্ক পৰিধান কৰিব লাগিব সকলোৱে।
  • তিনি তৰপীয়া মাস্ক পৰিধান কৰাটো বাধ্যতামূলক।
  • সভা, বৈঠক আদিতো মাস্ক পৰিধান কৰিব লাগিব।
  • ব্যক্তিগত, কাৰ্যালয়ৰ বা ৰাজহুৱা বাহনতো মাস্ক পৰিধান কৰাতো বাধ্যতামূলক।
  • হাস্পতাল, কাৰ্যালয় বা ব্যৱসায়িক স্থানত মাস্ক পিন্ধিব লাগিব।
  • চৰকাৰী এই নিয়ম অমান্য কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা।
  • দ্বিতীয়বাৰৰ বাবে নিৰ্দেশ অমান্য কৰিলে ১০০০ টকা জৰিমনা ভৰিব লাগিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in