বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিলে মেৰী কমে…

বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিলে মেৰী কমে…
  • ৰাছিয়াত অনুষ্ঠিত বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ভাৰতীয় মহিলা বক্সাৰ মেৰি কমে।
  • মেৰী কমে পৰাস্ত কৰে কলোম্বীয়াৰ মহিলা বক্সাৰ ইনগ্ৰিট ভালেনচিয়াক।
  • উল্লেখ্য যে, ইনগ্ৰিট ভালেনচিয়াই ৰিঅ' অলিম্পিকত ব্ৰঞ্জৰ মেডেল লাভ কৰিছিল।
  • বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ৫১ কেজি শাখাৰ কোৱাৰ্টাৰ ফাইনেলত জয়ী মেৰী কম।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in