শেহতীয়া খবৰ
নাৰায়ণপুৰত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ভাওনা সমাৰোহ-২০২১ : স্মৃতিগ্ৰন্থ ৰূপ ৰস ৰংগ উন্মোচন...  •  মাজুলী বনগাৱত ভয়ংকৰ অগ্নিকাণ্ড...  •  মই টিকেট নোপোৱা কোনো কাৰণ নাই : ৰামকান্ত দেউৰী  •  বকোৰ শিঙুৱা জলসিঞ্চন প্ৰকল্পৰ কেনেলত মৃতদেহ উদ্ধাৰ...  •  হোজাই জিলাৰ তিনিটা সমষ্টিত ১২৫ টা জটিল ভোটকেন্দ্ৰ : অৰ্ধ সামৰিক বাহিনীৰ ৩০ কোম্পানী নিয়োগ...  •  হোটেল চিগনেট আৰু হোটেল গে'টৱে গ্ৰেণ্ডিৱেৰত অসম প্ৰদেশ কংগ্ৰেছৰ দুখনকৈ বৈঠক...  •  হোটেল চিগনেট আৰু হোটেল গে'টৱে গ্ৰেণ্ডিৱেৰত অসম প্ৰদেশ কংগ্ৰেছৰ দুখনকৈ বৈঠক...  •  শীঘ্ৰে আৰম্ভ হ'ব স্তব্ধ ইণ্ডো- নগা ৰাজনৈতিক আলোচনা...  •  দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে গ্ৰহণ কৰিলে কোভিড ভেকচিন...  •  দিল্লীত আসন বুজাবুজি চূড়ান্ত : সংবাদমেলত ঘোষণা কৰিব মিত্ৰ দলক কিমান আসন এৰি দিলে বিজেপিয়ে...

শ্বহীদ দিৱসত দেশজুৰি ২ মিনিটৰ মৌনতা অৱলম্বনৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ…

127

ডিজিটেল ডেস্কঃ ৩০ জানুৱাৰীত দেশজুৰি পালন কৰা হয় শ্বহীদ দিৱস। জাতিৰ পিতা মহাত্মা গান্ধীৰ মৃত্যু তিথিৰ দিনটোতে প্ৰতিবছৰে পালন কৰা হয় এই দিৱসটি। কেন্দ্ৰ চৰকাৰে আহ্বান জনাই যে, শ্বহীদ দিৱসৰ দিনটোত দেশৰ স্বাধীনতাৰ বাবে বলিদান দিয়া শ্বহীদ সকলক স্মৰণ কৰি দুই মিনিটৰ বাবে মৌনতা অৱলম্বন কৰা হ’ব।

ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশত জাৰি কৰিছে নীতি-নিৰ্দেশনা। চৰকাৰে দিয়া এই নিৰ্দেশ অনুসৰি শ্বদী দিৱসত পুৱা ১১ বজাত দুই মিনিটৰ বাবে মৌনতা অৱলম্বন কৰা হ’ব। এই সময়চোৱাত সকলো কাম-কাজ আৰু যাতায়ত বন্ধ থাকিব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি