শ্বহীদ দিৱসত দেশজুৰি ২ মিনিটৰ মৌনতা অৱলম্বনৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ…

শ্বহীদ দিৱসত দেশজুৰি ২ মিনিটৰ মৌনতা অৱলম্বনৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ…

ডিজিটেল ডেস্কঃ ৩০ জানুৱাৰীত দেশজুৰি পালন কৰা হয় শ্বহীদ দিৱস। জাতিৰ পিতা মহাত্মা গান্ধীৰ মৃত্যু তিথিৰ দিনটোতে প্ৰতিবছৰে পালন কৰা হয় এই দিৱসটি। কেন্দ্ৰ চৰকাৰে আহ্বান জনাই যে, শ্বহীদ দিৱসৰ দিনটোত দেশৰ স্বাধীনতাৰ বাবে বলিদান দিয়া শ্বহীদ সকলক স্মৰণ কৰি দুই মিনিটৰ বাবে মৌনতা অৱলম্বন কৰা হ'ব।

ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশত জাৰি কৰিছে নীতি-নিৰ্দেশনা। চৰকাৰে দিয়া এই নিৰ্দেশ অনুসৰি শ্বদী দিৱসত পুৱা ১১ বজাত দুই মিনিটৰ বাবে মৌনতা অৱলম্বন কৰা হ'ব। এই সময়চোৱাত সকলো কাম-কাজ আৰু যাতায়ত বন্ধ থাকিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in