শেহতীয়া খবৰ
কোনে হত্যা কৰিছিল দিল্লীৰ চোৰাংচোৱা বিষয়া অংকিত শৰ্মাক, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ বিস্ফোৰক তথ্য...  •  যি কাম মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু অথবা মনমোহন সিঙে কৰিব পৰা নাছিল, সেই কাম কৰি দেখুৱাইছে মোডীয়েঃ জেপি নড্ডা  •  দিল্লীত এতিয়া কেনে পৰিস্থিতি...  •  ঐতিহাসিক জিমখানাত অনুষ্ঠিত নহয় গভৰ্নচ কাপ, দুখ প্ৰকাশ ঘোঁৰাৰ গৰাকীৰ, VIDEO  •  গুৱাহাটীত শুকুৰবাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য...  •  গুৱাহাটীত শুকুৰবাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য...  •  হায়দৰাবাদত বাসগৃহৰ দেৱাল খহি প্ৰাণ গ’ল ৩ শিশুৰ  •  সোনাজুৰিৰ লাংখাঙত গাড়ীসহ চোৰাং কাঠ জব্দ  •  সম্পন্ন হ'ল ইণ্ডো-নগা ৰাজনৈতিক আলোচনা, গ্ৰহণ কৰা হয় ৩ আগষ্টত ফ্ৰেমৱৰ্ক এগ্ৰিমেন্টত স্বাক্ষৰ কৰাৰ সিদ্ধান্ত...  •  টীয়কক মহকুমা ঘোষণাৰ দাবীৰে আছু-যুৱ ছাত্ৰ পৰিষদৰ মুখ্যমন্ত্ৰী, মুখ্য সচিবলৈ স্মাৰকপত্ৰ

দেশৰ বজাৰত লাগিছে জুই! প্ৰতি কেজি পিয়াজৰ দাম হৈছেগৈ ৭০-৮০ টকা…

92

ডিজিটেল ডেস্কঃ দেশত বৃদ্ধি পাইছে বিলাহী, পিয়াজৰ মূল্য। দেশৰ বিভিন্ন প্ৰান্তত হোৱা ধাৰাসাৰ বৃষ্টিপাত আৰু বানৰ ফলত হ্ৰাস পাইছে পাচলিসমূহৰ মূল্য। হায়দৰাবাদত ছোৱাৰ মাৰ্কেটতো এতিয়া লাগিছে পাচলিৰ দোকানত জুই।

বজাৰখনৰ এগৰাকী ব্যৱসায়ীয়ে কয়- ‘প্ৰায় ১৫দিনমান আগতে ৮-১০ টকাত প্ৰতি কিলোগ্ৰাম বিলাহী বিক্ৰী কৰিছিলো আমি। কিন্তু এতিয়া বিলাহীৰ প্ৰতি কেজিত হৈছেগৈ ৬০-৮০ টকা। লগতে পিয়াজৰো একেদেৰ ৬০-৮০ কেজি হৈছেগৈ প্ৰতিকেজিৰ দাম।’

উল্লেখ্য যে, ৰাজধানী চহৰ দিল্লীতো বৃদ্ধি পাইছে পাচলিৰ মূল্য। চৰকাৰৰ তৰফৰ পৰা অৱশ্যে ২৩-২৪ টকা দৰত প্ৰতি কেজি পিয়াজ নাগৰিকক যোগান ধৰা হৈছে। আৰু এজন লোকে সৰ্বাধিক ৫ কেজিকৈ পিয়াজ ক্ৰয় কৰিব পাৰে।’

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি