মৰিগাঁৱৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল

মৰিগাঁৱৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল

মৰিগাঁও জিলাৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল-

মুঠ জিলা পৰিষদৰ সংখ্যা- ১৩

  • বিজেপিয়ে লাভ কৰেঃ ৫
  • কংগ্ৰেছে লাভ কৰেঃ ৮

পঞ্চায়ত সভাপতি পদৰ মুঠ সংখ্যা- ৮৫

  • কংগ্ৰেছে লাভ কৰেঃ ৩৫
  • বিজেপিয়ে লাভ কৰেঃ ৩৪
  • অগপই লাভ কৰেঃ ৩
  • এআইইউডিএফে লাভ কৰেঃ ৪
  • অন্যান্য/নিৰ্দলীয়ই লাভ কৰেঃ ৯

আঞ্চলিক পঞ্চায়ত সদস্যৰ মুঠ সংখ্যা- ৮৫

  • কংগ্ৰেছে লাভ কৰেঃ ৩৯
  • বিজেপিয়ে লাভ কৰেঃ ৩১
  • অগপই লাভ কৰেঃ ৩
  • এ আই ইউ ডি এফে লাভ কৰেঃ ৬
  • অন্যান্য/নিৰ্দলীয়ই লাভ কৰেঃ ৬

গাঁও পঞ্চায়ত সদস্যৰ মুঠ সংখ্যা- ৮২৫

  • কংগ্ৰেছে লাভ কৰেঃ ৩২৩
  • বিজেপিয়ে লাভ কৰেঃ ২৯৪
  • অগপই লাভ কৰেঃ ৬০
  • এআইইউডিএফে লাভ কৰেঃ ৪২
  • অন্যান্য/নিৰ্দলীয়ই লাভ কৰেঃ ১০৬

(মৰিগাঁও জিলাৰ পঞ্চায়ত নিৰ্বাচনত ২৫জন প্ৰাৰ্থী বিনাপ্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে।)

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in