মৰিগাঁৱত টায়াৰ জ্বলাই প্ৰতিবাদ বন্ধ সমৰ্থকৰ

মৰিগাঁৱত টায়াৰ জ্বলাই প্ৰতিবাদ বন্ধ সমৰ্থকৰ
  • মৰিগাঁৱত অসম বন্ধৰ প্ৰভাৱ।
  • পুৱাই ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ।
  • কৃষক মুক্তি সংগ্রাম সমিতিৰ সমৰ্থকে জ্বলালে টায়াৰ।
  • বন্ধৰ সমৰ্থকে বাৰপূজীয়া আৰু গলচেপাত বন্ধ সমৰ্থকে ৰাজপথত টায়াৰ জ্বলাই সাব্যস্ত কৰে প্রতিবাদ।
  • বন্ধ আছে সকলো ব্যৱসায়িক প্ৰতিষ্ঠান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in