মৰিগাঁৱৰ ৬০ বছৰীয়া বৃদ্ধৰ আত্মহত্যা, চলি আছিল বিদেশী ন্যায়াধীকৰণত গোচৰ…

মৰিগাঁৱৰ ৬০ বছৰীয়া বৃদ্ধৰ আত্মহত্যা, চলি আছিল বিদেশী ন্যায়াধীকৰণত গোচৰ…
  • মৰিগাঁৱৰ এগৰাকী ৬০ বছৰীয়া বৃদ্ধৰ আত্মহত্যা।
  • বিদেশী ন্যায়াধীকৰণত চলি থকা গোচৰৰ বাবে আত্মহত্যা কৰাৰ সন্দেহ বৃদ্ধগৰাকীয়ে।
  • ব্যক্তিগৰাকীৰ নাম মানিক দাস বুলি জানিব পৰা গৈছে।
  • এনআৰচিত নামত থকাৰ স্বত্তেও বিদেশী বুলি নাম সাঙোৰ খোৱাৰ অভিযোগ।
  • বৃদ্ধগৰাকীয়ে গোচৰ চলি থকাৰ মাজতে আত্মহননৰ পথ বাচি লোৱাক লৈ সৃষ্টি চাঞ্চল্য।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in