মৰিয়নীত বন্যহস্তীৰ গচকত প্ৰাণ গ’ল এজনৰ

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত।
  • মৰিয়নীটো দীৰ্ঘদিন ধৰি উপদ্ৰৱ চলাই আহিছে বন্যহস্তীয়ে।
  • শুকুৰবাৰে নিশা মৰিয়নীত বন্যহস্তীয়ে প্ৰাণ ল'লে এজন লোকৰ।
  • বন্যহস্তীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা লোকজনৰ নাম শংকৰ কৰ্মকাৰ।
  • হাতীয়ে গচকি নিহত কৰে তেওঁক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in