মাৰ্ঘেৰিটাত জৰাজীৰ্ণ পথ নিৰ্মাণৰ দাবীত ৰাইজৰ প্ৰতিবাদ

মাৰ্ঘেৰিটাত জৰাজীৰ্ণ পথ নিৰ্মাণৰ দাবীত ৰাইজৰ প্ৰতিবাদ
  • মাৰ্ঘেৰিটাত উত্তাল প্ৰতিবাদ।
  • জৰাজীৰ্ণ পথক কেন্দ্ৰ কৰি প্ৰতিবাদ ৰাইজৰ।
  • হোলীৰ আনন্দৰ মাজতে ৰাজপথলৈ ওলাই আহিল ৰাইজ।
  • মাৰ্ঘেৰিটাৰ দিবং তিনিআলিৰ পৰা আগবন্ধা সংযোগী পথৰ দুৰৱস্থা।
  • লোকসভা নিৰ্বাচনত ভোট বৰ্জনৰো হুংকাৰ ৰাইজৰ।
  • বহুবাৰ অভিযোগ দিয়াৰ পিছতো চৰকাৰে কোনো ব্যৱস্থা গ্ৰহন নকৰাৰ অভিযোগ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in