দ্বিতীয়বাৰৰ বাবে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাপে শপত লব মনোহৰ লাল খট্টৰে…

দ্বিতীয়বাৰৰ বাবে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাপে শপত লব মনোহৰ লাল খট্টৰে…
  • হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে শপত লব মনোহৰ লাল খট্টৰে।
  • বিজেপিৰ বিধায়িনী দলৰ সভাত খট্টৰক দলপতি হিচাপে নিৰ্বাচিত।
  • মুখ্যমন্ত্ৰী হিচাপে দেওবাৰে খট্টৰে লব শপত।
  • কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে মিঠাই খোৱাই খট্টৰক জনালে শুভেচ্ছা।
  • মুখ্যমন্ত্ৰীৰ লগতে দেওবাৰে কেইবাজনো কেবিনেট মন্ত্ৰীয়েও শপত লোৱাৰ সম্ভাৱনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in