ৰাজস্থানৰ পৰা ৰাজ্যসভাৰ প্ৰাৰ্থীৰূপে মনোনয়ন পত্ৰ দাখিল প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ

ৰাজস্থানৰ পৰা ৰাজ্যসভাৰ প্ৰাৰ্থীৰূপে মনোনয়ন পত্ৰ দাখিল প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ
  • ৰাজস্থানৰ পৰা ৰাজ্যসভাৰ প্ৰাৰ্থীৰূপে মনোনয়ন পত্ৰ দাখিল প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ।
  • মঙলাবাৰে জয়পুৰত মনোনয়ন দাখিল কৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে।
  • মনোনয়ন পত্ৰ দাখিলৰ সময়ত ড০ সিঙক সংগ দিয়ে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট আৰু উপ মুখ্যমন্ত্ৰী শচীন পাইলটে।
  • উল্লেখ্য যে, ইয়াৰ পূৰ্বে ৩ বাৰকৈ অসমৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল মনমোহন সিং।
  • ২৬ আগষ্টত অনুষ্ঠিত হ'ব ৰাজস্থান ৰাজ্যসভাৰ উপ নিৰ্বাচন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in