শেহতীয়া খবৰ
নাকত তেল দি শুই থাকক আজমল!- গৰুখুঁটি ঘটনাৰ প্ৰতিবাদত কোন ৰাজনৈতিক নেতাই এৰিলে দল...  •  ঘিলামৰাৰ ছাত্ৰনেতাক সাংবাদিকৰ হত্যাৰ ভাবুকি গোচৰ নিষ্পত্তি...  •  গৰুখুঁটি কাণ্ডঃ দৰং জিলা উপায়ুক্ত কাৰ্যালয়ত কংগ্ৰেছৰ প্ৰতিবাদ...  •  গৰুখুঁটিত কি হৈ আছে !  •  গৰুখুটিৰ উচ্ছেদ বেআইনী আৰু অমানৱীয়ঃ মুখ্যমন্ত্ৰী ভাতৃ হোৱাৰ বাবেই আৰক্ষী অধীক্ষকৰ দাদাগিৰি...  •  হেমন্ত দত্তক মনত আছেনে? আজি তেওঁৰ ওপজা দিন...  •  দুৰ্দশাগ্ৰস্ত কোৱাইকটা সত্ৰৰ অস্তিত্ব ৰক্ষাৰ বাবে নামঘৰত একেলগে বহিল হিন্দু মুছলমান ভকত...  •  ঢকুৱাখনা মহাবিদ্যালয় এন এছ এছ গোটৰ  "ক্লিন ঢকুৱাখনা" কাৰ্যসূচী  •  তিনি আৰক্ষী, ৮ উচ্ছেদিত জি এম চি এইছত চিকিৎসাধীনঃ কিশোৰসহ আছে গুলীবিদ্ধ...  •  খৰ্গ দাহন পৰ্ব

মানকাচৰত আৰক্ষী-চিআৰপিএফৰ অভিযান, জব্দ বৃহৎ পৰিমানৰ গাঞ্জা…

  • মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী ভাটি ঝগৰাৰচৰত পুনৰ আৰক্ষী-চিআৰপিএফৰ অভিযান।
  • এই অভিযানত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ গাঞ্জা।
  • কাচু মিয়া নামৰ গাঞ্জা মাফিয়াৰ ঘৰত গোপন সূত্ৰৰ পম খেদি চলোৱা হৈছিল এই অভিযান।
  • জব্দ কৰা গাঞ্জা খিনিৰ মূল্য ৫০ লক্ষাধিক টকা হ’ব বুলি ধাৰণা কৰা হৈছে।
  • পুৱতি নিশা প্ৰায় ২ বজাত আৰক্ষী-চিআৰপিএফয়ে অভিযান চলাইছিল।
  • ঘৰৰ দৰ্জাৰ আগত মাটিৰ তলত বাকচ এটা ভৰ্তি কৰি পুতি ৰাখিছিল গাঞ্জা খিনি।
  • আৰক্ষী অহাৰ উমান পাই কাচু মিয়া নামৰ গাঞ্জা মাফিয়াজনে কৰিছে পলায়ন।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি