মানকাচৰত আৰক্ষী-চিআৰপিএফৰ অভিযান, জব্দ বৃহৎ পৰিমানৰ গাঞ্জা…

মানকাচৰত আৰক্ষী-চিআৰপিএফৰ অভিযান, জব্দ বৃহৎ পৰিমানৰ গাঞ্জা…
  • মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী ভাটি ঝগৰাৰচৰত পুনৰ আৰক্ষী-চিআৰপিএফৰ অভিযান।
  • এই অভিযানত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ গাঞ্জা।
  • কাচু মিয়া নামৰ গাঞ্জা মাফিয়াৰ ঘৰত গোপন সূত্ৰৰ পম খেদি চলোৱা হৈছিল এই অভিযান।
  • জব্দ কৰা গাঞ্জা খিনিৰ মূল্য ৫০ লক্ষাধিক টকা হ'ব বুলি ধাৰণা কৰা হৈছে।
  • পুৱতি নিশা প্ৰায় ২ বজাত আৰক্ষী-চিআৰপিএফয়ে অভিযান চলাইছিল।
  • ঘৰৰ দৰ্জাৰ আগত মাটিৰ তলত বাকচ এটা ভৰ্তি কৰি পুতি ৰাখিছিল গাঞ্জা খিনি।
  • আৰক্ষী অহাৰ উমান পাই কাচু মিয়া নামৰ গাঞ্জা মাফিয়াজনে কৰিছে পলায়ন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in