মানকাচাৰত ৰাজপথত জ্বলিল চলন্ত ট্ৰাক

মানকাচাৰত ৰাজপথত জ্বলিল চলন্ত ট্ৰাক
  • মানকাচাৰৰ কাকৰীপাৰাত অঘটন।
  • ৰাজপথত দাউ দাউকৈ জ্বলিল চলন্ত ট্ৰাক।
  • ট্ৰাকখনে তুলা কঢ়িয়াই আনিছিল।
  • মহেন্দ্ৰগঞ্জৰ পৰা মানকাচৰ অভিমুখে ট্ৰাকখন গৈ থাকোতে এই ঘটনা ঘটে।
  • হঠাৎ ট্ৰাকখন জ্বলি উঠাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় সমগ্ৰ অঞ্চলত।
  • গাড়ীখনৰ চালকজনে ৰাজপথৰ পৰা নৈৰ পাৰলৈ নমাই দিয়ে ট্ৰাকখন।
  • ফলত সৌভাগ্যক্ৰমে ৰক্ষা পৰে ৰাজপথেৰে অহা অন্যান্য বাহনসমূহ।
  • সম্পূৰ্ণৰূপে ভস্মীভূত হয় ট্ৰাকখন।
  • ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ নিৰ্বাপিত কৰে জুই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in