শেহতীয়া খবৰ
নাথ যোগী জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত স্মাৰকপত্ৰ প্ৰদান  •  ৰাজপথত কুকুৰৰ মুখত নৱজাতক, চি চি টিভিত বন্দী হৈছে VIDEO  •  ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগণনা, UPDATES  •  মুখ্যমন্ত্ৰীৰ ভাষণত জাতি-মাটি-ভেটি শ্ল'গানৰ পৰা হেৰাল জাতি  •  শ্ৰীশ্ৰী শঙ্কৰদেৱ মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব ৰূপালী জয়ন্তী সমাৰোহ  •  কিমান সুৰক্ষিত ইভিএম? ছাইবাৰ বিশেষজ্ঞৰ দাবী- ২০১৪ত হেক হৈছিল ইভিএম  •  কংগ্ৰেছী বাহিনীৰ হাতত প্ৰহৃত প্ৰাক্তন সৈনিক, বিজেপিৰ প্ৰশ্ন- সাধাৰণ মানুহৰ সুৰক্ষা ক’ত  •  এইবাৰ প্ৰৱাসী ভাৰতীয়ৰ বাবে মোডীৰ তীৰ্থ যাত্ৰা যোজনা  •  সাম্প্ৰদায়িক মন্তব্য দিয়াৰ অভিযোগত হিমন্তৰ বিৰুদ্ধে এজাহাৰ  •  নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত পুৰণিগুদামত জোঁৰ সমদল

মানকাচাৰত ৰাজপথত জ্বলিল চলন্ত ট্ৰাক

300
  • মানকাচাৰৰ কাকৰীপাৰাত অঘটন।
  • ৰাজপথত দাউ দাউকৈ জ্বলিল চলন্ত ট্ৰাক।
  • ট্ৰাকখনে তুলা কঢ়িয়াই আনিছিল।
  • মহেন্দ্ৰগঞ্জৰ পৰা মানকাচৰ অভিমুখে ট্ৰাকখন গৈ থাকোতে এই ঘটনা ঘটে।
  • হঠাৎ ট্ৰাকখন জ্বলি উঠাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় সমগ্ৰ অঞ্চলত।
  • গাড়ীখনৰ চালকজনে ৰাজপথৰ পৰা নৈৰ পাৰলৈ নমাই দিয়ে ট্ৰাকখন।
  • ফলত সৌভাগ্যক্ৰমে ৰক্ষা পৰে ৰাজপথেৰে অহা অন্যান্য বাহনসমূহ।
  • সম্পূৰ্ণৰূপে ভস্মীভূত হয় ট্ৰাকখন।
  • ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ নিৰ্বাপিত কৰে জুই।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি